Category: CTET

অল্পপ্ৰাণ, মহাপ্ৰাণ, নাসিক্য় বৰ্ণ | CTET JULY 2020 | Assamese Language

CTET Assamese Language Preparation ধ্বনিলিপি, অল্পপ্ৰাণ, মহাপ্ৰাণ, নাসিক্য় বৰ্ণ যোৱা ভিডিঅ’ত আপোনালোকলৈ শুধা প্ৰশ্নৰ উত্তৰ – ১) “দুৰ্জ্জনৰ মিষ্ট কথা বিহৰ নিচিনা।      তাত ভোলে যিটো লোক দিনতেই কণা।“

Continue reading

উপমা আৰু ৰূপক | CTET JULY 2020 | অসমীয়া ভাষা | Assamese Language

CTET Assamese Language Preparation অৰ্থালঙ্কাৰ উপমা আৰু ৰূপক উপমান আৰু উপমেয়: যাৰ লগত তুলনা কৰা যায় তাক উপমান বোলে আৰু যাক তুলনা কৰা যায় তাক উপমেয় বোলে। যেনে- “তোমাৰ মুখনি চন্দ্ৰৰ নিচিনা“ ইয়াত তুমি উপমেয় আৰু চন্দ্ৰ উপমান।” সম্পূৰ্ণ পঢ়িবলৈ তলৰ লিঙ্কত ক্লিক কৰক Dwnload PDF File

Continue reading

CTET 2020-Assamese Language Preparation-যমক, বক্ৰোক্তি আৰু শ্লেষ

CTET Assamese Language Preparation শব্দালঙ্কাৰ ভাগ: অনুপ্ৰাস, যমক, বক্ৰোক্তি আৰু শ্লেষ। যমক: একেটা শব্দকে বেলেগ বেলেগ অৰ্থত ব্য়ৱহাৰ কৰিলে তাক যমক বোলে। যেনে- “ৰাতিপুৱা উঠি খাই তিনি ছিলিম ভাং, বম্ বম্ বুলি বোপাই টোপনিটো ভাং।“ ইয়াত কি কাব্য়ালংকাৰ ফুটি ওলাইছে? সম্পূৰ্ণ পঢ়িবলৈ তলত ক্লিক কৰক Download PDF File

Continue reading

CTET July 2020- Assamese Language Preparation- শব্দালঙ্কাৰ

CTET Assamese Language Preparation শব্দালঙ্কাৰ ভাগ: অনুপ্ৰাস, যমক, বক্ৰোক্তি আৰু শ্লেষ। অনুপ্ৰাস: একেটা বৰ্ণ বা বৰ্ণ সমষ্টিক বাৰে বাৰে উল্লেখ কৰি বাক্য়ক বা কাব্য়ক মনোৰমা সৌন্দৰ্য দান কৰা যায়। বৰ্ণ বা বৰ্ণ সমষ্টি প্ৰয়োগৰ এই কৌশলকে অনুপ্ৰাস বোলে। যেনে-  অধিক জানিবলৈ তকত ক্লিক কৰক Download PDF File

Continue reading
error: Content is protected !!